আল-কোৰআন(Al-Quran in Assamese) on Windows Pc
Developed By: Islam House
License: Free
Rating: 5,0/5 - 1 votes
Last Updated: August 04, 2026
App Details
| Version |
2.2 |
| Size |
4.1 MB |
| Release Date |
July 06, 21 |
| Category |
Books & Reference Apps |
|
App Permissions: Allows applications to open network sockets. [see more (6)]
|
|
What's New: এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত... [see more]
|
|
Description from Developer: আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ
পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ... [read more]
|
About this app
On this page you can download আল-কোৰআন(Al-Quran in Assamese) and install on Windows PC. আল-কোৰআন(Al-Quran in Assamese) is free Books & Reference app, developed by Islam House. Latest version of আল-কোৰআন(Al-Quran in Assamese) is 2.2, was released on 2021-07-06 (updated on 2026-08-04). Estimated number of the downloads is more than 10,000. Overall rating of আল-কোৰআন(Al-Quran in Assamese) is 5,0. Generally most of the top apps on Android Store have rating of 4+. This app had been rated by 1 users, 1 users had rated it 5*, 0 users had rated it 1*.
How to install আল-কোৰআন(Al-Quran in Assamese) on Windows?
Instruction on how to install আল-কোৰআন(Al-Quran in Assamese) on Windows 10 Windows 11 PC & Laptop
In this post, I am going to show you how to install আল-কোৰআন(Al-Quran in Assamese) on Windows PC by using Android App Player such as BlueStacks, LDPlayer, Nox, KOPlayer, ...
Before you start, you will need to download the APK/XAPK installer file, you can find download button on top of this page. Save it to easy-to-find location.
[Note] You can also download older versions of this app on bottom of this page.
Below you will find a detailed step-by-step guide, but I want to give you a fast overview of how it works. All you need is an emulator that will emulate an Android device on your Windows PC and then you can install applications and use it - you see you're playing it on Android, but this runs not on a smartphone or tablet, it runs on a PC.
If this doesn't work on your PC, or you cannot install, comment here and we will help you!
Step By Step Guide To Install আল-কোৰআন(Al-Quran in Assamese) using BlueStacks
- Download and Install BlueStacks at: https://www.bluestacks.com. The installation procedure is quite simple. After successful installation, open the Bluestacks emulator. It may take some time to load the Bluestacks app initially. Once it is opened, you should be able to see the Home screen of Bluestacks.
- Open the APK/XAPK file: Double-click the APK/XAPK file to launch BlueStacks and install the application. If your APK/XAPK file doesn't automatically open BlueStacks, right-click on it and select Open with... Browse to the BlueStacks. You can also drag-and-drop the APK/XAPK file onto the BlueStacks home screen
- Once installed, click "আল-কোৰআন(Al-Quran in Assamese)" icon on the home screen to start using, it'll work like a charm :D
[Note 1] For better performance and compatibility, choose BlueStacks 5 Nougat 64-bit read more
[Note 2] about Bluetooth: At the moment, support for Bluetooth is not available on BlueStacks. Hence, apps that require control of Bluetooth may not work on BlueStacks.
How to install আল-কোৰআন(Al-Quran in Assamese) on Windows PC using NoxPlayer
- Download & Install NoxPlayer at: https://www.bignox.com. The installation is easy to carry out.
- Drag the APK/XAPK file to the NoxPlayer interface and drop it to install
- The installation process will take place quickly. After successful installation, you can find "আল-কোৰআন(Al-Quran in Assamese)" on the home screen of NoxPlayer, just click to open it.
Discussion
(*) is required
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ
পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ।
কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে। লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনতত https://www.ibnehabib.com/ নামৰ ৱেবছাইটটো অস্তিত্ব লাভ কৰিছে। আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মাধ্যম বনাই দিয়ক। (আমীন)
এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।
* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।
* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।
* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।
* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।
* নাইট মোড অপচন দিয়া হৈছে।
* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।
* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।
আলহামদুলিল্লাহ্, আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে।
আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ।
অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন।
যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক WhatsAppত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।
ইতি
অনুবাদকঃ আল-কোৰআন অসমীয়া
ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান
বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।
যোগাযোগঃ ibnehabibpublication@gmail.com
WhatsApp: +919101665226
--------------------------------------------------------------------------------------------------------------------------
পৱিত্ৰ কোৰআনৰ অসমীয়া অনুবাদত ‘আমি’ শব্দৰ ব্যৱহাৰ: এটি চমু স্পষ্টীকৰণ -
পৱিত্ৰ কোৰআনত মহান আল্লাহে বহু ঠাইত নিজৰ বাবে ‘মই’ শব্দৰ পৰিৱৰ্তে ‘আমি’ শব্দটো ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ মূল বিশ্বাস ‘তাওহীদ’ বা ‘ঈশ্বৰৰ একত্ববাদ’ৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ প্ৰকৃত কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:
ৰাজকীয় সম্বোধন (Royal We): পৃথিৱীৰ বহু ভাষাত (যেনে: ইংৰাজীত ‘We’, হিন্দী/উৰ্দুত ‘হম’ আৰু অসমীয়াত ‘আমি’) কোনো ডাঙৰ ৰজা, সম্ৰাট বা উচ্চ পদস্থ ব্যক্তিয়ে নিজৰ গাম্ভীৰ্য আৰু ক্ষমতা প্ৰকাশ কৰিবলৈ ‘আমি’ শব্দটো ব্যৱহাৰ কৰে। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হিচাপে মহান আল্লাহে নিজৰ সৰ্বোচ্চ মৰ্যাদা, সাৰ্বভৌমত্ব আৰু মহানতা প্ৰকাশ কৰিবলৈ এই ৰাজকীয় ‘আমি’ শব্দটো ব্যৱহাৰ কৰিছে।
আৰবী ভাষাত নিজক বুজাবলৈ দুটা শব্দ ব্যৱহাৰ হয়— ‘আনা’ (মই) আৰু ‘নাহনু’ (আমি)। আৰবী ব্যাকৰণ অনুসৰি, যেতিয়া কোনো অদ্বিতীয় সত্তাই নিজৰ শক্তি, মহত্ব আৰু গৌৰৱ প্ৰকাশ কৰিব খোজে, তেতিয়া ‘নাহনু’ (আমি) শব্দটো ব্যৱহাৰ কৰা হয়। এইটো বহুবচন নহয়, বৰঞ্চ এইটো হৈছে এটা সন্মানসূচক সৰ্বনাম।
পৱিত্ৰ কোৰআনত আল্লাহে যেতিয়া কোনো ডাঙৰ সৃষ্টি (যেনে: আকাশ, পৃথিৱী, বৰষুণ) বা ডাঙৰ ঘটনাৰ উল্লেখ কৰিছে, তেতিয়া তেওঁৰ ঐশ্বৰিক শক্তি আৰু গুণসমূহক প্ৰকাশ কৰিবলৈ ‘আমি’ শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু যেতিয়া ইবাদত (উপাসনা) বা প্ৰাৰ্থনাৰ কথা উল্লেখ কৰিছে, তেতিয়া আল্লাহে ‘মই’ শব্দটো ব্যৱহাৰ কৰিছে (যেনে: "মই তোমালোকৰ ওচৰতেই আছোঁ")।
গতিকে এই অনুবাদত উল্লেখ কৰা ‘আমি’ শব্দটোৱে কেৱলমাত্ৰ আল্লাহৰ অসীম ক্ষমতা, মহত্ব, সন্মান আৰু ৰাজকীয় মৰ্যাদাকহে প্ৰকাশ কৰিছে।
এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।
* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।
* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।
* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।
* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।
* নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে।
* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।
* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।
Allows applications to open network sockets.
Allows applications to access information about networks.
Allows applications to access information about Wi-Fi networks.
Allows using PowerManager WakeLocks to keep processor from sleeping or screen from dimming.
Allows an application to write to external storage.
Allows an application to read from external storage.